Skip to content
ভোটাৰহিপ
মেচিনৰ পৰিশ্ৰমৰ দ্বাৰা সৃষ্টি হোৱা ধন, প্ৰাকৃতিক সংশোধন আৰু আইনৰ অস্তিত্বৰ কাৰণে উৎপাদন হোৱা ৰাষ্ট্ৰীয় আয়, দেশৰ সকলো জনসাধাৰণক সমানে ভগাই দিয়াৰ আইন বনাই তেনেহলে ২০২০ চনৰ হিচাপত দেশৰ (ভাৰত) দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰ'ৰ (APL,BPL) ভোটাৰে প্ৰতিমাহে প্ৰায় ৮০০০ টকাকৈ পাব পাৰে। নাগৰিকৰ এই অংশীদাৰীত্বকেই "ভোটাৰশ্বিপ" বুলি কোৱা হৈছে।

দেশৰ মুঠ ঘৰুৱা উপাৰ্জনত আইনৰ দ্বাৰা উপাৰ্জনৰ অংশ।

দেশৰ মুঠ ঘৰুৱা উপাৰ্জনত মেচিন'ৰ উপাৰ্জনৰ অংশ।

দেশৰ মুঠ ঘৰুৱা উপাৰ্জনত প্ৰাকৃতিক সম্পদৰ অংশ।

সংসদ’ত “ভোটাৰশ্বিপ” প্ৰস্তাৱৰ বিষয়ে জানিবলৈ কিছু প্ৰয়োজনীয় তথ্য/দস্তাবেজ।

সংসদ্বীয় গোৱেল সমিতিয়ে দীৰ্ঘ গৱেষণাৰ অন্তত ২ ডিচেম্বৰ, ২০১১ তাৰিখে “ভোটাৰশ্বিপ’ৰ” প্ৰতিবেদনৰ প্ৰস্তাৱখন গ্ৰহন কৰিছিল আৰু দেশৰ জনসাধাৰণ উক্ত গোচৰত জয়ী হৈছিল।

ৰিপৰ্ট পঢ়ক 

১৩৭ জন সাংসদ, বিশ্বাত্মা ভৰত গান্ধী আৰু অন্য সমৰ্থকৰ দ্বাৰা দাখিল কৰা (ভোটাৰশ্বিপ) এক ঐতিহাসিক ৰাষ্ট্ৰীয় স্বাৰ্থজনীত আবেদনৰ ওপৰত আইন প্ৰণয়ন কৰিবলৈ জাননী জাৰী কৰি সাংসদ সকলে যুক্তি দাঙি ধৰিছিল যে, যাৰ ভোটৰ জৰিয়তে আমি সাংসদ-বিধায়ক হৈ আজীৱন বেতন-পেঞ্চন পাওঁ। গতিকে ভোটাৰসকলেও এটি নুন্যতম ভাট্ৰা পাব লাগে।

জাননীখন চাওক

——————–

সাংসদ সদস্যসকলৰ বিষদ বিৱৰণ চাওক

যদি চৰকাৰে সংসদ্বীয় গোৱেল সমিতিৰ প্ৰতিবেদন গ্ৰহণ কৰাহ’লে ২০২০ বৰ্ষৰ হিচাপত আজি প্ৰতি ভোটাৰে প্ৰতিমাহে কমেও ৮০০০ টকাকৈ পালেহে’তেন।

প্ৰয়োজনীয় তথ্য পঢ়ক

 

শ্ৰী বিশ্বাত্মা ভৰত গান্ধী আৰু অন্য সমৰ্থক সকলৰ দ্বাৰা ২০০৫ চনতে প্ৰতিমাহে ভোটাৰক “ভোটাৰশ্বিপ” দিয়াৰ মুল প্ৰস্তাৱখন দাখিল কৰিছিল। বিষয়টো ২০০৮ চনৰ পৰা সংসদত ওলমি আছে।

সংসদত ভোটাৰশ্বিপৰ সম্পূৰ্ণ ইতিহাস তথ্যসহকাৰে পঢ়ক